ভোলা :- হেৰা সিপুৰীলৈ যোৱাৰ আগতে এটা সঁচা কথা কব খুজিছোঁ তোমাক, নহলে মই কেতিয়াও শান্তিত মৰিব নোৱাৰিম 😕
পত্নী :- কি কথানো ?🤔
ভোলা :- বিয়াৰ আগত মই মানে মোৰ অসৎ বন্ধু কিছুমানৰ লগত প্ৰায় ৰেড এলাৰ্ট বোৰত গৈছিলোঁ। কিন্তু তোমাক লগ পাই মোৰ জীৱন ধন্য হ'ল 😍
পত্নী :- কি কোৱা 😱, সেয়ে মোৰ মনলৈ সদায় এটা প্ৰশ্ন আহে যে, "এওঁক মই আগতে ক'ত লগ পাইছিলোঁ" 😱
পত্নীৰ কথা শুনি ভোলা আৰু নাই 😭😭😭
কিবা বুজি পালে নে ৰাইজ ?
😆😆😆😆😆😆😆
No comments:
Post a Comment