Breaking

Wednesday, 17 June 2020

ৰাজনীতি শিকিব নেকি আপুনি ? যদি শিকে পঢ়ি চাঁওক এবাৰ !




পতি =হেৰা মোকো অলপ ৰাজনীতি শিকাবাচোন
পত্নী =আগতে কেৰাহীৰ তেলখিনি গৰম হৈছেনে নাই আঙুলিটো ভৰাই চোৱাচোন।
পতি=মাৰিব খুজিছা মোক😠
পত্নী =সেয়া মোৰ ওপৰত বিশ্বাসেই নাই কি ৰাজনীতি শিকিবা।
পতি=যদি তেলখিনি গৰম হয়
পত্নী=আৰে সেইখিনি তেল আগৰে পৰা কেৰাহীত আছে, মইটো কেৰাহী পাতিছোহে,, কৰপৰা গৰম হব ?
পতি =অ হয় নেকি তেন্তে এইয়া চোৱা দিলো আঙুলিটো ভৰাই
পত্নী =good
পতি=হেৰা এইসোপা দেখোন উতলা তেল,, উস মোৰ আঙুলিটো 😭😭😭😭
পত্নী =এইটো ৰাজনীতিৰ প্ৰথম ট্ৰেইনিং, ৰাজনীতিত নিজৰ পত্নীকো বিশ্বাস নকৰিবা 😎

No comments:

Post a Comment